Local, Vocal, Global

Tragic Road Accident in Parbatjhora: শোকাৱহ দুৰ্ঘটনা; থিতাতে নিহত দুজন

নিউজ ডেস্ক, ৫মাৰ্চ : শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত দুজন(Tragic Road Accident) ।

পৰ্বতঝোৰাৰ ৰূপচীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো । তীব্ৰবেগী বাইকৰ খুন্দা পথৰ কাষৰ গছত ।ফলত থিতাতে নিহত হয় দুজন লোক। নিহত লোক দুজন ছহিদুৰ আলী, নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে(Tragic Road Accident in Parbatjhora) ।

লগতে পঢ়ক : These people Avoid Curd in Winters : শীতকালত এই লোকে ভুলতো নাখাব দৈ; ন’হলে হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি