Local, Vocal, Global

Tragic road accident in Kampur:বৰদিনৰ উৎসাহ-উদ্দীপনাৰ মাজত নিশা কচুৱাত ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক,২৬: বৰদিনৰ উৎসাহ-উদ্দীপনাৰ মাজত নিশা কচুৱাৰ দাপাৰা বেলতলা দলঙত ভয়ংকৰ দুৰ্ঘটনা।

পথৰ কাষৰ মাইল পোষ্টত বাইকৰে খুন্দা। ফলত থিতাতে নিহত এজন লোক। মৃতলোক জনৰ শ্বেখ ফৰিদ।লোকজনৰ ঘৰ কচুৱাৰ চানখোলাত বুলি জনা গৈছে(Tragic road accident in Kampur)।

নিশাই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় যদিও পুৱা পথৰ দাঁতিত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS-02-AP 9582।

লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰন বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও কোনো অচিনাক্ত গাড়ীয়ে নিশা খুন্দিয়াই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।

লগতে পঢ়ক :Drugs peddler arrested along with drugs:গোৱালপাৰাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী