Tragic Road Accident in Kampur : কামপুৰত শোকাৱহ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত শিক্ষকৰ মৃত্যু

নিউজ ডেস্ক,১৮জুলাই : কামপুৰত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত শিক্ষকৰ মৃত্যু ।
উল্লেখ্য যে, বুধবাৰে কামপুৰত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। চিমলাই বজাৰত বজাৰ কৰি ঘূৰি অহাৰ অৱস্থাতে বাইক আৰু এখন টাটা ম’বাইলৰৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল।দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গুণকান্ত বৰা নামৰ এজন শিক্ষক। বকুলগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক আছিল গুনকান্ত বৰা(Tragic Road Accident in Kampur) ।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিক্ষক বৰাক হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় শিক্ষকজনৰ।
লগতে পঢ়ক : Cachar hit-and-run tragedy : কাছাৰত হিট এণ্ড ৰানৰ ঘটনা