Local, Vocal, Global

Tragic Road Accident in Jogighopa : যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ

যোগীঘোপা,২৬মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । আহত কেইবাজনো যাত্ৰী ।

যোগীঘোপা-গোৱালপাৰা সংযোগী নৰনাৰায়ণ সেতুত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা(Tragic Road Accident in Jogighopa) ।

মঙলবাৰে নৰনাৰায়ণ সেতুত বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় ফলত আহত হয় কেইজন যাত্ৰী

আহত সকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে, ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল AS17-B-8931নম্বৰৰ যাত্ৰীবাহী বাছখন ।

লগতে পঢ়ক : Heroin worth crores of rupees seized in Nagaon : নগাঁৱত জব্দ কোটি টকা মূল্যৰ হেৰ’ইন, আটক দুই সৰবাৰহকাৰী