Local, Vocal, Global

Tragic Road Accident : শোকাৱহ দুৰ্ঘটনা;থিতাতে নিহত বাইক আৰোহী

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত এজন(Tragic Road Accident) ।

ৰূপহীহাটৰ জিউমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাইকৰ খুন্দা পথৰ কাষত থকা গছত ফলত থিতাতে নিহত বাইক আৰোহী । গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী । নিহত বাইক আৰোহীজন কাঠপৰাৰ মুকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে । আহত লোকজন গড়েমাটিখোৱাৰ হাচিবুৰ ৰহমান(Tragic Road Accident)।