Local, Vocal, Global

Tragic incident in Titabor : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পথৰ কামত পোহৰা দি থকা শ্ৰমিক

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু শ্ৰমিকৰ ।

তিতাবৰত সংঘটিত হৈছে শোকাৱহ ঘটনা । তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় পথ নির্মাণত ব্যস্ত থকা শ্রমিকৰ । মৃত শ্রমিকজন গোলাঘাটৰ তোলেন শইকীয়া বুলি চিনাক্ত কৰা হৈছে ।তিতাবৰৰ ন-আলি ঢেকীয়াজুলিৰ সমীপত নিশা সংঘটিত হয় এই ঘটনাটো(Tragic incident in Titabor)।

ঠিকাদাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই শ্ৰমিকৰ মৃত্যু হোৱাৰ অভিযোগ। জানিব পৰা মতে, পথৰ কামৰ বাবে পোহৰৰ ব্যৱস্থা কৰি থকা সময়তে সংঘটিত হয় এই ঘটনাটো ।

লগতে পঢ়ক :Tragic incident : এক্সকেভেটৰেৰে মহিলাক জীৱন্তে পোতাৰ চেষ্টা ভূ-মাফিয়াৰ