Local, Vocal, Global

Tragic incident in Sonitpur : অঘটন! মঞ্চত নাচি থকা অৱস্থাত মৃত্যু ছাত্ৰীৰ

নিউজ ডেস্ক,১৭অক্টোবৰ : শোণিতপুৰৰ বৰছলাৰ গৰুডুবাত শোকাৱহ ঘটনা।

মঞ্চত নাচি থকা অৱস্থাত মৃত্যু ছাত্ৰীৰ।মৃত্যু ছাত্ৰীগৰাকী সৃজনা দেৱী বুলি জানিব পৰা গৈছে । ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰী আছিল সৃজনা।
স্নাতক প্ৰথম বৰ্ষত বিজ্ঞান শাখাত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী(Tragic incident in Sonitpur)।

জানিব পৰা মতে,লক্ষ্মীপূজা উপলক্ষে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত নাচি থকাৰ সময়তে মৃত্য়ু হয় ছাত্ৰীগৰাকীৰ।

লগতে পঢ়ক : SC upholds validity of Section 6A of Citizenship Act : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান;১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব নাগৰিকত্বৰ ভিত্তিবৰ্ষ