Tragic incident in Bishwanath : দ্বিতীয় মহলাৰ ছাদৰ পৰা পৰি মৃত্যু মিস্ত্ৰীৰ
নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : বিশ্বনাথৰ শান্তিপুৰত অঘটন। দ্বিতীয় মহলাৰ পৰা পৰিল মিস্ত্ৰী । ফলত মৃত্যু মিস্ত্ৰী।
জানিব পৰা মতে, গৃহ নিৰ্মাণ কৰি থকাৰ সময়ত দ্বিতীয় মহলাৰ পৰা পৰে খাতিৰ মহম্মদ নামৰ মিস্ত্ৰীজন(Tragic incident in Bishwanath)।
শান্তিপুৰৰ এঘৰত মিস্ত্ৰীসহ কাম কৰি আছিল ৩জন শ্ৰমিকে। কামৰ মাজতে হঠাৎ দ্বিতীয় মহলাৰ ছাদৰ সৰি পৰে মিস্ত্ৰীজন। এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ মিস্ত্ৰীজনক বিশ্বনাথ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
লগতে পঢ়ক :Tiger Roams Freely in Kaliabor : পুনৰ কলিয়াবৰ চাহ বাগিচাত বাঘৰ মুক্ত বিচৰণ