Tragic incident : এক্সকেভেটৰেৰে মহিলাক জীৱন্তে পোতাৰ চেষ্টা ভূ-মাফিয়াৰ
নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : তেজপুৰৰ পাঁচমাইলত ভয়ংকৰ ঘটনা। এক্সকেভেটৰেৰে মহিলাক জীৱন্তে পোতাৰ চেষ্টা।
ভূ-মাফিয়াৰ এক্সকেভেটৰেৰে মহিলাৰ ওপৰত জাপি দিলে মাটি। ভূ-মাফিয়াই নিজামুদ্দিনৰ ভূমি বেদখল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ(Tragic incident)।
চহৰ আলী নামৰ এজনৰ পৃষ্ঠপোষকতাত সংঘটিত হয় এই ঘটনা।