WATCH | Tragic incident : যোৰহাটত হকাৰৰ মূৰত পৰিল ফ্লেটৰ পকী টুকুৰা
যোৰহাট,১৭জুন : যোৰহাটত হকাৰৰ মূৰত পৰিল ফ্লেটৰ পকী টুকুৰা। ফলত গুৰুতৰৱে আহত লোকজন(Tragic incident)।
বিগত ৪০ বছৰ ধৰি হকাৰ বৃত্তিত জড়িত সীমান্ত বৰুৱা নামৰ লোকজনে পুৱা বাতৰি কাকত বিতৰণ কৰিবলৈ যাওঁতে নগৰৰ টি আৰ পি ৰোডত থকা মানিক এনক্লেভ নামৰ ফ্লেটতোৰ ওপৰৰ পৰা এটি পকী টুকুৰা তেওঁৰ মূৰত পৰে। লগে লগে অচেতন হৈ পৰি যায় জন। মূৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় লোকজন।
লগতে পঢ়ক : WATCH | Jamugurihat News :জামুগুৰিহাটত এজনী গাই গৰুক লৈ সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ