Local, Vocal, Global

WATCH | Tragic incident : নদীত উটি অহা খৰি আনিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন এজন কিশোৰ

ডিব্ৰুগড়,২জুন : ডিব্ৰুগড়ৰ অকলেণ্ডৰ মহাবাহু ব্ৰহ্মপুত্ৰত অঘটন।

নদীত উটি অহা খৰি আনিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন এজন কিশোৰ।

কিশোৰজনৰ নাম তনুজ মূড়া।

অকলেণ্ড চাহ বাগিচাৰ সমীৰ মূড়াৰ সাতবছৰীয়া পুত্ৰ আছিল তনুজ(Tragic incident)।

তনুজক বিচাৰি ব্ৰহ্মপুত্ৰত NDRF ৰ দলৰ অভিযান ।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : WATCH | Veer Lachit Sena : ‘ভিক্টৰ দাসৰ ভিডিঅ’ত থকা যুৱতীগৰাকীয়ে শীঘ্ৰে ন্যায় পাব লাগে’