Local, Vocal, Global

WATCH | Tragic incident : হাল বাবলৈ আহি দুৰ্ঘটনাত পতিত হয় যুৱকজন

নলবাৰী,২৫মে’ : নলবাৰীৰ নলিচাত ভয়ংকৰ পথ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাটোত থিতাতে নিহত আনটো আলী।

হাল বাবলৈ আহি দুৰ্ঘটনাত পতিত হৈ যুৱকৰ মৃত্যু।

নিহত যুৱকজন শিঙিমাৰীৰ শোলমাৰী ভৈৰাত(Tragic incident)।

বৰ্তমানেও জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ ।

ঘটনাস্থলীত বেলশৰ আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ।

লগতে পঢ়ক : WATCH | Nalbari News : বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠান