WATCH | Tragic incident : দুটাকৈ পথ দুৰ্ঘটনা; নিহত ৩জনকৈ লোক
নগাঁও,২৫মে’ : নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা দুটাকৈ পথ দুৰ্ঘটনা ৷ কঠিয়াতলী ৰেংবেঙত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী পালচাৰ বাইকৰ ৷
ফলত থিতাতে নিহত দুই বাইক আৰোহী ৷ নিহত দুই বাইক আৰোহি ডৱকা চাংমাজিৰ উৎপল তকবি আৰু হেমৰিন টেৰণ বুলি চিনাক্ত(Tragic incident)৷
ইফালে ৰাঙলুত গাড়ী ৰখাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বজাৰ কৰিব যাওঁতেই তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে এজন চালকক ৷ থিতাতে নিহত হয় চালকজন ৷ এই পৰ্যন্ত চালক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷
লগতে পঢ়ক : WATCH | Heavy rain lashes Delhi : ৰাজধানী দিল্লীত অবৰ্ণনীয় পৰিস্থিতি