Local, Vocal, Global

WATCH | Tragic incident : পানীত পৰি সলিল সমাধি এগৰাকী কনমানিৰ

চাপৰ,২২মে’ : চাপৰৰ সোণামুখীত শোকাৱহ ঘটনা।

পানীত পৰি সলিল সমাধি এগৰাকী এগৰাকী কনমানিৰ।

সমনীয়াৰ সৈতে খেলি থকা সময়তে পিছলি পৰে দ খাৱৈ পৰে শিশুটি।

স্থানীয় ৰাইজে অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে শিশুটিক(Tragic incident)।

মৃত শিশুটি টোকৰাবান্ধা গাঁৱৰ আমিনুল ইছলামৰ কন্যা আমিনা খাতুন বুলি জানিব পৰা গৈছে।

আমিনা খাতুন সোণামুখী সোনাহাট জাতীয় বিদ্যালয়ৰ ১ম শ্ৰেণীৰ ছাত্ৰী আছিল।

ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানা লৈ যায়।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাই।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত গোৰ্খা ভৱনৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ