Tragic incident : বাঁহৰ সাঁকো ভাঙি ৬০ ফুট তলত পৰিল ৭গৰাকীকৈ মহিলা

নিউজ ডেস্ক,৩১মাৰ্চ : মিজোৰামত অঘটন । বাঁহৰ সাঁকো ভাঙি ৬০ ফুট তলত পৰিল ৭গৰাকীকৈ মহিলা(Tragic incident)।
দেওবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । দেওবাৰে মিজোৰামৰ মামিত জিলাত বাঁহৰ সাঁকো পাৰ হৈ থাকোতে সাঁকো ভাঙি ৬০ ফুট তলত পৰে মহিলা । ফলত গুৰুতৰভাৱে আহত হয় মহিলাকেইগৰাকী । আহত মহলিকেইগৰাকীৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক ।
লগতে পঢ়ক : Prices of Essential Medicines to Marginally Increase from April 1 :১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৮০০ বিধ ঔষধৰ দাম