Local, Vocal, Global

WATCH | Tragic Incident : নলবাৰীত হৃদয় বিদাৰক ঘটনা

নলবাৰী,১৬মাৰ্চ : নলবাৰীত হৃদয় বিদাৰক ঘটনা। ৰেলৰ আগত পৰি মাতৃসহ কণমানিৰ শিশুৰ আত্মহত্যা। কথমপি প্ৰাণৰক্ষা পৰিল দুই কনমানি পুত্ৰৰ ।

মহিলগৰাকীৰ ঘৰ নলবাৰীৰ চৰিয়া গাওঁত । স্বামী নৃপেন দাসৰ অত্যাচাৰৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ(Tragic Incident)।

নলবাৰী বাউসীয়াপাৰাত ৰে’ল লাইনত ঘটিল কৰুণ ঘটনাটো।

ঘৰুৱা কন্দলৰ কৰুণ পৰিণতি এয়া।

লগতে পঢ়ক : WATCH | Road Accident : বুলেটৰ খুন্দাত গুৰুতৰভাবে আহত এজন চাইকেল আৰোহী