Local, Vocal, Global

Tragic Accidents in Tamarhat : ডাম্পাৰৰ খুন্দাত নিহত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাঃ সম্পাদক

নিউজ ডেস্ক,১১মে’ : ডাম্পাৰৰ খুন্দাত নিহত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাঃ সম্পাদক(Tragic Accidents in Tamarhat)।

তামাৰহাটত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । শুকুৰবাৰে নিশা সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাঃ সম্পাদক শান্ত সাহা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰখনৰ।

লগতে পঢ়ক : Tragic Accident in Hatsingimari : দ্ৰুতবেগী পিকআপ বাহনৰ খুন্দাত নিহত মহিলা