Tragic Accidents in Kaliabor: বিয়া খাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা,থিতাতে নিহত এজন
নিউজ ডেস্ক,৪মে’ : শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত বাইক আৰোহী ।
কলিয়াবৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা।দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic Accidents in Kaliabor) ।
জানিব পৰা মতে,দেওবাৰে নিশা বিয়া খাই ঘৰলৈ ওভতাৰ পথতে এখন বাইক দুৰ্ঘটনাগ্ৰস্ত হয় । ফলত থিতাতে নিহত হয় এজন । নিহত লোকজন ছহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।
বৰ্তমান ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ তদন্ত আৰম্ভ।
লগতে পঢ়ক : Heroin worth Rs 3 crore seized in Cachar : কাছাৰত বুজন পৰিমাণৰ হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী