Local, Vocal, Global

Tragic Accidents in Kaliabor : বিয়া খাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত বাইক আৰোহী

নিউজ ডেস্ক, ২২এপ্ৰিল : ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত বাইক আৰোহী ।

কলিয়াবৰৰ শিলঘাটত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাইকৰ। ফলত দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী। মৃত বাইক আৰোহীজন ৩ নং গাখীৰেখাইটিৰ উমেশ ৰাজভৰ বুলি জানিব পৰা গৈছে । বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনাটো(Tragic Accidents in Kaliabor)

লগতে পঢ়ক : people burnt down two vehicle on suspicion of stealing cows : গৰু চুৰিৰ সন্দেহত একাংশ ৰাইজে জ্বলাই দিলে দুখনকৈ চাৰিচকীয়া বাহন