Tragic Accident in Jamugurihat : ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী
নিউজ ডেস্ক,২মে’ : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত এজন ।
জামুগুৰিহাটৰ চকীঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত। বুধবাৰে নিশা ট্ৰাক আৰু মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । ট্ৰাকৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী ।
নিহত বাইক আৰোহী ৰেকিব আলী বুলি চিনাক্ত কৰা হৈছে । ৰেকিব আলী ঘৰ মানচিৰি বালিজানত বুলি জানিব পৰা গৈছে ।ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় জেহৰুল ইছলাম নামৰ আন এজন লোক । বৰ্তমান আহত জেহৰুল ইছলাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে(Tragic Accident in Jamugurihat )।
লগতে পঢ়ক : Horrific bus accident in Dima Hasao : যাত্ৰীবাহী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত;আহত ২৫গৰাকী,নিহত এজন