Local, Vocal, Global

Tragic accident in Samaguri : নিয়ন্ত্ৰণ হেৰুৱাই বাহন সোমাল চোতালত

চামগুৰি,৬ফেব্ৰুৱাৰী : চামগুৰিৰ গটঙাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন এল্ট্ৰজ বাহন নিয়ন্ত্ৰণ হেৰুৱাই মানুহৰ চোতালত সোমাই তাৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে মাতৃ পুত্ৰৰ(Tragic accident in Samaguri)।

জানিব পৰা মতে, জখলাবন্ধাৰ পৰা নগাঁও অভিমুখে গৈ আছিল বাহনখন।

এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোকসকলক উদ্ধাৰ কৰি হস্পিতাললৈ প্ৰেৰণ কৰে লগতে দুৰ্ঘটনাগ্ৰস্ত বাহন খন উদ্ধাৰ কৰি থানালৈ লৈ গৈছে।

লগতে পঢ়ক :Tragic accident in Hailakandi:এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পিতা-পুত্ৰৰ