Local, Vocal, Global

Tragic Accident in Nagaon : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক;নিহত দুই যুৱক

নিউজ ডেস্ক, ২মে’ : এক মৰ্মান্তিক দুৰ্ঘটনা । থিতাতে নিহত দুই যুৱক (Tragic Accident in Nagaon)।

নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নগাঁৱৰ উৰিয়াগাঁৱৰ বাইপাছত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে বাইক আৰোহীক । ফলত থিতাতে নিহত হয় দুই যুৱক । নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী গৈ আছিল যুৱকদ্বয়।