Tragic accident in Hailakandi:এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পিতা-পুত্ৰৰ
নিউজ ডেস্ক,৬ফেব্ৰুৱাৰী : হাইলাকান্দিত শোকাৱহ দুৰ্ঘটনা৷
ডাম্পাৰ আৰু মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ(Tragic accident in Hailakandi)।
সংঘৰ্ষত থিতাতে নিহত পিতা-পুত্ৰ।
নিহত ৯বছৰীয়া পুত্ৰসহ ছালেহ আহমদ বৰভূঞা।
লগতে পঢ়ক :Road accident : ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন,আহত দুজন