WATCH | Tragic accident in Dhemaji : ট্ৰেক্টৰ আৰু স্কুটী মাজত ভয়ংকৰ সংঘৰ্ষ;থিতাতেই নিহত ছাত্ৰ

ধেমাজি,১৯ মাৰ্চ : চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । ট্ৰেক্টৰ আৰু স্কুটী মাজত ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষত থিতাতেই নিহত এজন ছাত্ৰ । নিহত ছাত্ৰজন বিশ্বজিত কোঁৱৰ বুলি জানিব পৰা গৈছে(Tragic accident in Dhemaji)।
জানিব পৰা মতে,স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ মাৰ্কচীত লৈ পূৰ্বাঞ্চল মহাবিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত AS22C/5763 নম্বৰৰ তীব্ৰবেগী শিল কঢ়িয়াই নিয়া টেক্টৰৰ খুন্দত নিহত হৈছে AS07/W9793 নম্বৰ স্কুটি আৰোহীজন । এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনক লৈ অনিশ্চয়তা