Local, Vocal, Global

Tragic Accident in Barpeta : নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা আল্ট্ৰা বাছৰ

নিউজ ডেস্ক,১৩মে’ : নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা আল্ট্ৰা বাছৰ(Tragic Accident in Barpeta) ।

বৰপেটাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, সোমবাৰে বৰপেটাৰ কয়াকুছিৰ জামতলিত এএছ১৫চি৭৩৪৯ নম্বৰৰ এখন আল্ট্ৰা বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মাৰে ।ফলত দুৰ্ঘটনাটিত কথমপি প্ৰাণ ৰক্ষা পৰে বাছ চালকজনৰ।দুৰ্ঘটনাগ্ৰস্ত বাহনখন ভৱানীপুৰৰ পৰা কয়াকুছি অভিমুখে আহি আছিলে ।

অৱশ্যে দুৰ্ঘটনাগ্ৰস্থ বাছখনত এজনো যাত্ৰী নথকাৰ বাবে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।

লগতে পঢ়ক : Golaghat Outraged by ‘Babashyam’ Death : গোলাঘাট আৰক্ষীৰ গুলীত আহত বাবা শ্যামৰ মৃত্যু