WATCH | Tragic accident: কলিয়াবৰ বালিবাটত ভয়ংকৰ পথ দুৰ্ঘটনা
কলিয়াবৰ,২৫ফেব্ৰুৱাৰী : নিশা কলিয়াবৰ বালিবাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত উত্তৰ প্ৰদেশৰ দুৰ্গেশ কুমাৰ পাণ্ডে(Tragic accident)।
ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ মৃতদেহটো কলিয়াবৰ সম-জিলা চিকিৎসালয়লৈ নিয়াৰ লগতে তদন্ত অব্যাহত ৰাখিছে।