Tortoise recovered in Goreswar : গোৰেশ্বৰৰ শিঙিমাৰীত দুস্প্ৰাপ্য কাছ উদ্ধাৰ
গোৰেশ্বৰ,১ছেপ্তেম্বৰ : গোৰেশ্বৰৰ শিঙিমাৰীত দুস্প্ৰাপ্য কাছ উদ্ধাৰ।
গোৰেশ্বৰৰ শিঙিমাৰী গাঁৱৰ অনিল ৰাজবংশীৰ পথাৰৰ মাজত থকা পুখুৰীত উদ্ধাৰ হয় প্ৰায় ৪০ কিলো ওজনৰ প্ৰকাণ্ড কাছত(Tortoise recovered in Goreswar)।
শিঙিমাৰী গাঁৱৰ স্থানীয় ৰাইজে প্ৰকাণ্ড কাছতো প্ৰত্যক্ষ কৰি গোৰেশ্বৰস্থিত বন বিভাগৰ লোকক গটাই দিয়ে।
কাছতো বন বিভাগৰ লোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়াৰ বাবে লৈ যায়(Tortoise recovered in Goreswar)।
লগতে পঢ়ক : Dead Body recovered in Sonari : বিলত মাছ মাৰিবলৈ যোৱা বৃদ্ধৰ ৰহস্যজনক ভাৱে মৃত্যু