WATCH | TOLLGATES : ১ মে’ৰ পৰা সলনি হ’ব টোলগে’টৰ মাচুলৰ নিয়ম

নিউজ ডেস্ক,১৭এপ্ৰিল : ১ মে’ৰ পৰা সলনি হ’ব টোলগে’টৰ মাচুলৰ নিয়ম
টোল বুথ নথকাকৈ নতুন মাচুল সংগ্ৰহ কৰা হ’ব
টোলগে’টৰ লগতে বন্ধ হ’ব FASTag ব্যৱস্থাও(TOLLGATES)
GPS ছিষ্টেমৰ জৰিয়তে চৰকাৰে সংগ্ৰহ কৰিব টোল কৰ
এই প্রক্রিয়াত বাহনত লগোৱা হ’ব ‘অন ব’র্ড ইউনিট
টোলগে’টৰ নিয়ম সলনি হ’লে ৫০% পর্যন্ত ৰেহাই পোৱাৰ সম্ভাৱনা আছে
লগতে পঢ়ক : WATCH | India’s first ATM on train launched : ৰে’লযাত্ৰীৰ বাবে আহিল ভাল খবৰ