WATCH | Titabor News : হাৰিয়ানাত অনুষ্ঠিত টুৰ্নামেন্টত ১২ টা সোণৰ পদক আজুৰি আনিলে মেৰাপানীৰ তৰানি নগাবাট বেকাজান মুৱাথাই ক্লাৱে
তিতাবৰ,১৬জুন : হাৰিয়ানাত অনুষ্ঠিত INDIA BIGGEST 6th NATIONAL MUATHAI CHAMPIONSHIP 2025 টুৰ্নামেন্টত ১২ টা সোণৰ পদকৰ লগতে এটা চিলভাৰ পদক আজুৰি অনিবলে সক্ষম হয় । মেৰাপানীৰ তৰানি নগাবাট বেকাজান মুৱাথাই ক্লাৱে(Titabor News)।
যোৱা ৯ জুন তাৰিখৰ পৰা অনুষ্ঠিত হোৱা হাৰিয়ানাৰ ৰ’টাক M D UNIVERSITY ত INDIA BIGGEST 6th NATIONAL MUATHAI CHAMPIONSHIP 2025 টুৰ্নামেন্টত ২৫ খন ৰাজ্যৰ প্ৰায় ১৩০০ ৰ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।
মেৰাপানী অসম নাগালেণ্ড সীমান্তৰ অতি পিছপৰা অঞ্চলৰ পৰা গৈ হাৰিয়ানাৰ পৰা ১৩ টা অঞ্চলটোৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে।
লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰী জিলাৰ বৰক্ষেত্ৰী খেতি কৰি বিপদত কৃষক