WATCH | Tiranga Yatra : ধিঙত নগাঁও মৰিগাঁও জিলাৰ প্ৰাক্তন সৈনিকৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা

ধিং,২৮জুন : ধিঙত প্ৰাক্তন সৈনিকৰ উদ্যোগত পালন কৰা হয় ত্ৰিৰংগা যাত্ৰা । অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত ধিঙত নগাঁও – মৰিগাঁও জিলাৰ প্ৰাক্তন সৈনিকৰ উদ্যোগত ধিং চহৰত উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা ।
এই ত্ৰিৰংগা যাত্ৰাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই(Tiranga Yatra)।
উল্লেখ্য যে, নগাওঁ জিলা সৈনিক বৰ্ড আৰু প্ৰাক্তন সৈনিকৰ উদ্যোগত অনুষ্ঠিত হোৱা ত্ৰিৰঙ্গা যাত্ৰাত নগাওঁ মৰিগাঁও জিলাৰ প্ৰায় তিনি শতাধিক প্ৰাক্তন সৈনিকৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে।
লগতে পঢ়ক : WATCH | Erosion in Nagerbera:চেঙাৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া