Local, Vocal, Global

WATCH | Tiranga Yatra : বঙাইগাঁৱত ছেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা

অভয়াপুৰী,২৫মে’ : বঙাইগাঁৱত ছেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা।”অপাৰেশ্যন সেন্দূৰ”ত ভাৰতীয় সেনাবাহিনীৰ পৰাক্ৰমক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় ত্ৰিৰংগা যাত্ৰা(Tiranga Yatra)।

এই পদক্ষেপক সন্মান জনাই চেল্যুট ত্ৰিৰংগা ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে চেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ উদ্যোগত বঙাইগাঁৱৰ বিওচি গেটৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখত থকা ৱাকিং জনলৈ উলিওৱা হয় “ত্ৰিৰংগা যাত্ৰা” । ত্ৰিৰংগা যাত্ৰাত ছেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ সভাপতি অনুপ সিনহা, ছেল্যুট ত্ৰিৰংগা বঙাইগাঁও জিলা সভাপতি লিটন ঘোষ, ৱাৰ্ড আয়ুক্ত স্বপন ঘোষ লগতে শতাধিক জনসাধাৰণে অংশ লয়।

লগতে পঢ়ক : WATCH | Mann Ki Baat : দেৰগাঁৱৰ ২নং বাৰ্ডত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ কাৰ্যসূচী