WATCH | Tiranga Yatra : নগাঁও জিলাত বিজেপিৰ তিৰংগা যাত্ৰা
নগাঁও,২২মে’ : নগাঁও জিলা বিজেপিৰ তিৰংগা যাত্ৰা।
নেহেৰুৱালি বাকৰিৰ পৰা হয়বৰগাঁও লৈকে এক বিশাল ৰেলিৰে আয়োজন তিৰংগা যাত্ৰাৰ(Tiranga Yatra)।
উক্ত ৰেলিখনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,যুৱ মৰ্চা,মহিলা মৰ্চা উপস্থিত থকাৰ লগতে বিদ্যালয় বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Sivsagar News : শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ সংবাদমেল