WATCH | Tiranga yatra : অপাৰেশ্যন সিন্দূৰৰ সফলতা লৈ শিৱসাগৰত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা
শিৱসাগৰ,১৭মে’ : অপাৰেশ্যন সিন্দূৰৰ সফলতা লৈ শিৱসাগৰত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা ।
ভাৰতীয় সেনা লগতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জনাই উলিয়া হয় ত্ৰিৰংগা শীৰ্ষক এই পদযাত্ৰা(Tiranga yatra)।
জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইদঙ্গীয়া ,থাওৰা বিধায়ক সুশান্ত বুঢ়াগোঁহাই নেতৃত্বত উলিওৱা এই যাত্ৰাত প্ৰায় পাঁচ শতাধিক দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : WATCH | Operation Sindoor : ডুমডুমাত ত্ৰিৰংগা যাত্ৰা