Tiger terror at Dhing : ধিঙত বাঘৰ আক্ৰমণ বনকৰ্মীক
ধিং, ১৬জুলাই : বান পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংক।ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধিঙত বাঘৰ আতংক।
এইবাৰে ধিঙত বাঘৰ আক্ৰমণ বনকৰ্মীক । বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বনকৰ্মী জন । আহত বনকৰ্মীক ফণিধৰ দেউৰী বুলি জানিব পৰা গৈছে(Tiger terror at Dhing) ।
বৰ্তমান আহত বনকৰ্মী জনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত ধিং FRU ত ভৰ্তি কৰোৱা হয় ।
বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত ।
লগতে পঢ়ক : Moral Policing Incident : গোৰেশ্বৰৰ মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক আটক