Amritsar airport: আমেৰিকাৰ পৰা বিতাড়িত ১১২ জন ভাৰতীয় অমৃতসৰ বিমানবন্দৰত অৱতৰণ

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : আমেৰিকাৰ পৰা বিতাড়িত ১১২ জন ভাৰতীয় অমৃতসৰ বিমানবন্দৰত অৱতৰণ(Amritsar airport)।
দেওবাৰে ৰাতি অৱতৰণ কৰে বিমানখনে(Third US plane with 112 Indian deportees lands at Amritsar airport)।
আমেৰিকাৰ পৰা বিতাড়িত ১১২ জন ভাৰতীয় ভিতৰত ৪৪জন হাৰিযানাৰ,৩৩জন গুজৰাটৰ,৩১জন পঞ্জাৱৰ,২জন উত্তৰ প্ৰদেশৰ আৰু এজনকৈ উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ লোক ।