Theft in Hajo: হাজোৰ শ্ৰীশ্ৰী মা মনসা মন্দিৰত চোৰৰ সন্ত্ৰাস

হাজো,১ফেব্ৰুৱাৰী : হাজোৰ পাঁচঁগাও শ্ৰীশ্ৰী মা মনসা মন্দিৰত চোৰৰ সন্ত্ৰাস।
নিশা আন্ধাৰৰ সুযোগ লৈ চোৰে লুটি নিলে মা মনসা মন্দিৰৰ কাঁহ পিতলৰ বাচন ।
বাইকত অহা চোৰে লুটি নিলে প্ৰায় ডেৰ লক্ষাধিক টকাৰ সামগ্ৰী(Theft in Hajo) ।
CCTVত আবদ্ধ সমগ্ৰ দৃশ্য ।
তীৰ্থনগৰীৰ হাজোৰ পাঁচগাঁৱৰ শ্ৰীশ্ৰী মা মনসা মন্দিৰত চুৰিকাণ্ডৰ ঘটনাই হতবাক কৰিছে মন্দিৰ পৰিচালনা সমিতিক।
ঘটনা সন্দৰ্ভত এজাহৰ দাখিল হাজো আৰক্ষী থানাত।
লগতে পঢ়ক :Massive stone syndicate in BTR: বিটিআৰত কাৰ আশীৰ্বাদত চলি আছে অভাৰলোড ডাম্পাৰৰ দৌৰাত্মক