The mother of two children was raped:২ সন্তানৰ মাতৃক ধৰ্ষণ লম্পট বদৰুল ইছলামৰ
২৯ জানুৱাৰী ২০২৫ ,ৱেব ডেস্ক : ২ সন্তানৰ মাতৃক স্বামী নথকাৰ সুযোগ লৈ সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। শিলচৰত গাৰ নোম শিহৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে ধলাই আৰক্ষী চকীৰ অন্তৰ্গত ভাগা ৰাজঘাটত। ২ সন্তানৰ মাতৃক ধৰ্ষণ ।স্বামী নথকাৰ সুযোগ লৈ এই ভয়ংকৰ কাণ্ড কৰিলে বদৰুল ইছলাম ওৰফে পুতুলে।হাত-ভৰি বান্ধি সন্তানৰ সম্মুখতে এই কু-কাণ্ড সংঘটিত কৰে লম্পট বদৰুল ইছলামে।ইমানতে ক্ষান্ত নাথাকি ধর্ষণ কৰি গাত এচিড ঢালি হত্যাৰো চেষ্টা।বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে ২ সন্তানৰ মাতৃ গৰাকীয়ে।ঘটনা সংঘটিত হোৱা এসপ্তাহ হোৱাৰ পাছতো ধৃত পুতুলক গ্ৰেপ্তাৰ কৰাত বিফল আৰক্ষী।