Local, Vocal, Global

WATCH | Tezpur News : ধৰ্মীয় আৱেগ অনুভূতিত আঘাত !

নিউজ ডেস্ক,২৩মাৰ্চ : ধৰ্মীয় আৱেগ অনুভূতিত আঘাত।

সাংস্কৃতিক নগৰী তেজপুৰৰ গনেশ ঘাটৰ শিৱ মন্দিৰত কোনো দুস্কৃতিকাৰীয়ে পেলালে পিক(Tezpur News)।

পিক পেলাই মন্দিৰটো লেতেৰা, কদৰ্যময় কৰি থোৱাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

লগতে পঢ়ক : WATCH | Nagaon News : তাৰাবাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় ইফতাৰ মেহফিল