Local, Vocal, Global

Tezpur Medical College : তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নাভূত-নাশ্ৰুত ঘটনা

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে নাভূত-নাশ্ৰুত ঘটনা।

CT SCANৰ পৰিৱৰ্তে ৰোগীক দিলে আন ৰোগীৰ এক্স-ৰে ৰিপ’ৰ্ট। চিকিৎসকেও এক্স-ৰে ৰিপ’ৰ্টৰ ভিত্তিতে দিলে কাহৰ লগতে অন্য দৰৱ। দৰৱ খাই স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৰোগীৰ(Tezpur Medical College)।

ৰোগ উপশমৰ বিপৰীতে ৰোগী কাষ চাপিব লগা হ’লগৈ আন চিকিৎসকৰ। উল্লেখ্য, প্ৰচণ্ড পেটৰ বিষত TMCHত ভৰ্তি হৈছিল জামুগুৰিহাটৰ চামধৰাৰ গজেন শইকীয়া।

লগতে পঢ়ক :Protest Against Smart Meter : মৰাণৰ বামুণবাৰীত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল শ শ পুৰুষ-মহিলা