Terrible Road Accident : নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক,১৬ মাৰ্চ : নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত । কথমপি প্ৰাণৰক্ষা নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ(Terrible Road Accident)।
শুকুৰবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰে খুন্দিয়াই চাৰিচকীয়া বাহনক ফলত কথমপি প্ৰাণৰক্ষা পৰে আৰছুৰ প্ৰাক্তন সভাপতি নৃপেন খান্দাৰ ।এই দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখন ।
জানিব পৰা মতে, গোৱালপাৰাৰ বায়দাতৰ পৰা দুধনৈলৈ আহি থকা অৱস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
লগতে পঢ়ক : Massive Fire Breaks Out in Oil Godown : তিনিটাকৈ তেল গুদামত বিধ্বংসী অগ্নিকাণ্ড