WATCH | Teok News: মনোময় ছাহ বাগিচাৰ ঝুমইৰ বিনন্দিনী অংশ লোৱা অখিল গগৈৰ বিৰূপ মন্তব্যত চাহ জনগোষ্ঠীৰ প্ৰতিক্ৰিয়া
টীয়ক,৬মাৰ্চ : পূব যোৰহাটৰ মনোময় ছাহ বাগিচাৰ ঝুমুৰ বিনন্দনিত অংশ লোৱা অখিল গগৈৰ বিৰূপ মন্তব্যত চাহ জনগোষ্ঠী ব্যক্তিৰ প্ৰতিক্ৰিয়া ।
ঝুমুৰ বিনন্দনীৰ ক্ষেত্ৰত বিধায়ক অখিল গগৈ য়ে কৰা মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চাহ জনগোষ্ঠীৰ বক্তিসকলৰ।
টীয়কৰ লাহদৈগড় মনোময় চাহ বাগিছাৰ চাহ জনগোষ্ঠী ৰ একাংশ ব্যক্তিয়ে সংবাদ মাধ্যমৰ যোগেদি অখিল গগৈৰ বিৰূপ মন্তব্যৰ প্ৰতি তীব্ৰ বাক্য বান নিক্ষেপ কৰা লগতে শুদ্ধ বিশ্লেষন নকৰি চাহ জনগোষ্ঠীৰ হিয়াৰ আমঠু ঝুমুৰ প্ৰতি ৰাজনীতি কৰণ নকৰিবলৈ সকিয়াই দিয়ে(Teok News)।
লগতে পঢ়ক : WATCH | Udalguri News: আগন্তুক BTC নিৰ্বাচনৰ বাবে তৎপৰ হৈছে প্রতিটো ৰাজনৈতিক দল