WATCH | Teok News : পশ্চিম টীয়ক আঞ্চলিক পঞ্চায়তৰ সদস্য দিগন্ত হাজৰিকাৰ জয়লাভ

টীয়ক,১২মে’ : পশ্চিম টীয়ক আঞ্চলিক পঞ্চায়তৰ সদস্য দিগন্ত হাজৰিকাৰ জয়লাভ(Teok News)। দিগন্ত হাজৰিকা ১৪০০ ভোটৰ ব্যৱধান জয় লাভ কৰে। সংবাদ মাধ্যমত আগত ৰাইজলৈ জনালে শুভেচ্ছা।