Local, Vocal, Global

WATCH | Teok News : ১২ নং দক্ষিণ হোলোঙাপাৰ জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বন্দনা গোচাই তাঁতী নিৰ্বাচনী প্ৰচাৰ

টীয়ক,২০এপ্ৰিল : ১০০ নং যোৰহাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ১২ নং দক্ষিণ হোলোঙাপাৰ জিলা পৰিষদৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী পূব যোৰহাট মণ্ডলৰ বন্দনা গোচাই তাঁতী এতিয়া ৰাইজৰ মাজলৈ গৈ ব্যাপক নিৰ্বাচনী তৎপৰতা দেখা গৈছে(Teok News)।

ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি প্ৰথম বাৰৰ বাবে জিলা পৰিষদৰ সদস্য পদত প্ৰতিদ্বন্দ্বী কৰিবলৈ আগবাঢ়ি আহিছে বুলি জানিবলৈ দিয়া লগতে ৰাইজৰ হকে কাম কৰা সংকল্পবদ্ধ হ’ব বুলি ব্যক্ত কৰে । আৰু তেওঁ জানিবলৈ দিয়া মতে বিজেপি দল যথেষ্ট কাম কৰি গৈ আছে আৰু কৰি যাব বুলি ব্যক্ত কৰে।

লগতে পঢ়ক : WATCH | Asaduddin Owaisi : ‘বিজেপিয়ে কেৱল মুছলমানক টাৰ্গেট কৰি লৈছে’