Local, Vocal, Global

WATCH | Teok News : বৃহত্তৰ কাকজান অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ অৱস্থান ধৰ্মঘট

টীয়ক,২৯মাৰ্চ : বৃহত্তৰ কাকজান অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ অৱস্থান ধৰ্মঘট ।

কাকজান অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি কাকজান শেনছোৱা বৰ পুখুৰী সমীপত কাকজান আঞ্চলিক ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখযোগ্য যে বৃহত্তৰ কাকজান অঞ্চল বান্দৰ সমস্যা, কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খোৱা পানী সমস্যা, বানপানী সমস্যা সমাধান সমস্যা , যাতায়তৰ ক্ষেত্ৰত সূচল ব্যবস্থা,ড্ৰাগছ ঘাটি উচ্ছেদ, অবৈধ সুৰাৰ ঘাটি উচ্ছেদ,কৃষি জীৱী লোক সকলৰ সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব নিদিয়াত গ্ৰাম্য অৰ্থনীতি কমাত দুৰ্বল হৈ পৰিছে(Teok News)।

এনে আদিবোৰ সমস্যা অনতি পলমে সমাধান কৰিবলৈ আহ্বান জনাই অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে।

লগতে পঢ়ক : WATCH | Hafiz Rashid Choudhary : ‘মুখ্যমন্ত্ৰী আইনৰ ঊৰ্ধ্বত নহয়’