Local, Vocal, Global

tense soituation in Karimganj Civil Hospital : ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

কৰিমগঞ্জ,২৮জুলাই : ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণ বাবে ঘটনাস্থলীত উপস্থিত চিকিৎসালয়ৰ অধ্যক্ষ সহ আৰক্ষীৰ বিশাল দল।

ঘটনাৰ অভিযোগ মতে সোমনাথ বনিক নামৰ এগৰাকী যুৱকৰ হঠাতেই ব্লাড ছুগাৰ কমি যোৱাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত লৈ অনা হয়। পিছে কৰ্তব্যত থকা চিকিৎসক বুৰহান উদ্দিন চৌধুৰীয়ে ৰোগীৰ পৰীক্ষা কৰি বেজি দিয়ে। বেজি দিয়াৰ পিছতেই ৰোগীৰ শাৰীৰিক অৱস্থাৰ অৱনতি হয় । লগে লগে পৰিয়ালৰ লোকে চিকিৎসক বুৰহান উদ্দিনক মাতিবলৈ যায় । তেঁও চিকিৎসক বুৰহান উদ্দিন ৰোগীৰজনৰ স্বাস্থ্যৰ অৱস্থাত কয় যদিও চিকিৎসক বুৰহান উদ্দিনে কোন গুৰুত্বৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে(tense soituation in Karimganj Civil Hospital)।

চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হৈছে বুলি ৰোগীৰ আত্মীয় অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : Road Accident in Gelakey : গেলেকীৰ ন-আলিত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাৰ নতুন মোৰ