Local, Vocal, Global

Ten workers injured in blast at explosives factory near Nagpur : নাগপুৰৰ ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা; আহত ১০গৰাকী লোক

নেশ্যনেল ডেস্ক,১৩জুন : নাগপুৰৰ ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । চামোনদি এক্সপ্ল’চিভ প্ৰাইভেট লিমিটেডত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনাটো(Ten workers injured in blast at explosives factory near Nagpur) ।

বৃহস্পতিবাৰে সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো । এই বিস্ফোৰণৰ ফলত প্ৰায় ১০গৰাকী লোক গুৰুতৰভাৱে আহত,আহত লোকসকলৰ ভিতৰত ৩গৰাকীৰ অৱস্থা সংকটজনক।

শ্ৰমিকসকলে বিস্ফোৰক সামগ্ৰী পেক কৰি থকাৰ সময়তে এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : Food poisoning case in Sonitpur : খাদ্যত বিষক্ৰিয়া হৈ একেটা পৰিয়ালৰ পাঁচজনকৈ লোক অসুস্থ,মৃত্যু এজনৰ