Local, Vocal, Global

Boy goes missing while taking bath : গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ

যোৰহাট,২৫মাৰ্চ : হোলীৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটত অঘটন । গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ(Teen goes missing while taking bath ) ।

গড়মুৰৰ ভোগদৈ নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ অৰ্নেৱ কল্লোল নামৰ ছাত্ৰ জন । যোৰহাট JECত অধ্যয়নৰত আছিল অৰ্নেৱ কল্লোল ।

সন্ধানহীন ছাত্ৰজনৰ ঘৰ মাজুলীৰ গড়মুৰত বুলি জানিব পৰা গৈছে ।

বৰ্তমানে SDRFএ ছাত্ৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে(Boy Goes Missing While Bathing ) ।

জানিব পৰা মতে লগৰ বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল ছাত্ৰজন ।

লগতে পঢ়ক : INDIA bloc to hold maha rally on March 31 to safeguard democracy : ৩১ মাৰ্চত দিল্লীত হ’ব কংগ্ৰেছ, আম আদমি পাৰ্টী আৰু অন্যান্য বিৰোধী দলসমূহৰ বৃহৎ ৰেলী