WATCH | Tea workers protest : চামগুৰিৰ আমলখিত চাহ শ্ৰমিকৰ প্ৰতিবাদ
নগাঁও,১৯এপ্ৰিল : চামগুৰিৰ আমলখিত চাহ শ্ৰমিকৰ প্ৰতিবাদ।
দৈনিক মজুৰি বৃদ্ধি নোহোৱাৰ বিৰুদ্ধে ওলাই আহিল শতাধিক মহিলা শ্ৰমিক।
মজুৰি বৃদ্ধি আৰু পাবলগীয়া সকলো সুবিধা নোপোৱাৰ ফলত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বৰ্জন কৰাৰ হুংকাৰ শ্ৰমিকসকলৰ।
চাহ বাগানত দৈনিক এক বেলা কাম কৰাৰ হুংকাৰ মহিলা শ্ৰমিক সকলৰ(Tea workers protest)।
চামগুৰিৰ আমলখিৰ মন্দিৰ প্ৰাংগনত শ্ৰমিক সকলে দৈনিক মজুৰি ২৫০ টকা বৃদ্ধিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
চৰকাৰে চাহ শ্ৰমিক সকলক পতাৰণা কৰি আহিছে বুলি, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শ্ৰমিক সকলে।
লগতে পঢ়ক : WATCH | Sipajar News : পঞ্চায়ত নিৰ্বাচনকলৈ প্ৰতিগৰাকী প্ৰাৰ্থী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত