Local, Vocal, Global

Syed Refaat Ahmed appointed as Chief Justice : বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি

নিউজ ডেস্ক,১১আগষ্ট : বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি(Syed Refaat Ahmed appointed chief justice)।

ছৈয়দ ৰিফত আহমেদক দেশখনৰ ২৫ সংখ্যক মুখ্য ন্যায়াধীশ নিযুক্তি।

শনিবাৰে পদত্যাগ কৰিছিল মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে। ছাত্ৰ বিক্ষোভত নতশিৰ হৈ পদত্যাগ কৰিছিল ওবাইদুল হাছানে।

ন্যায়িক-প্ৰশাসনীয় ব্যৱস্থা সংস্কাৰৰ দাবীত বিক্ষোভ ছাত্ৰ সমাজৰ(Syed Refaat Ahmed appointed as Chief Justice)।

লগতে পঢ়ক :Huge cache of weapons and explosives Recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত জব্দ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী