Sumi Borah Granted Bail in Multi-Crore Financial Fraud Case:অৱশেষত জামিন লাভ কৰিলে জুমি বৰাই

নিউজ ডেস্ক,১৯ডিচেম্বৰ : অৱশেষত জামিন লাভ কৰিলে জুমি বৰাই।
CBIৰ অন্তিমটো গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে।
উল্লেখ্য যে, ট্ৰেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে চুমি। ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰত জামিন লাভ। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে জামিন। জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি(Sumi Borah Granted Bail in Multi-Crore Financial Fraud Case)।
ট্ৰেডিং কেলেংকাৰিত চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ। বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ।
গতিকে জামিন পালেও জে’লতে থাকিব লাগিব চুমি।
লগতে পঢ়ক :Shahjahanpur Road Accident: মৰ্মান্তিক দুৰ্ঘটনা;নিহত একেটা পৰিয়ালৰ ৫জন সদস্যৰ,আহত ৫জন